caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anbiyaa, আয়াত ৬৫

মক্কা · অৱতৰণৰ ক্ৰম ৭৩ · 21:65

ثُمَّ نُكِسُوا۟ عَلَىٰ رُءُوسِهِمْ لَقَدْ عَلِمْتَ مَا هَٰٓؤُلَآءِ يَنطِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখোন জানাই যে, এইবোৰে কথা ক'ব নোৱাৰে’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70