caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Taa-Haa, আয়াত ৬৪

মক্কা · অৱতৰণৰ ক্ৰম ৪৫ · 20:64

فَأَجْمِعُوا۟ كَيْدَكُمْ ثُمَّ ٱئْتُوا۟ صَفًّا وَقَدْ أَفْلَحَ ٱلْيَوْمَ مَنِ ٱسْتَعْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70