caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Taa-Haa, আয়াত ১১১

মক্কা · অৱতৰণৰ ক্ৰম ৪৫ · 20:111

وَعَنَتِ ٱلْوُجُوهُ لِلْحَىِّ ٱلْقَيُّومِ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম (অন্যায়) বহন কৰিব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70