caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৬৪

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:64

وَمَا نَتَنَزَّلُ إِلَّا بِأَمْرِ رَبِّكَ لَهُۥ مَا بَيْنَ أَيْدِينَا وَمَا خَلْفَنَا وَمَا بَيْنَ ذَٰلِكَ وَمَا كَانَ رَبُّكَ نَسِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahman(জিব্ৰীলে ক’লে) আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰোঁ; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ প্ৰতিপালক বিস্মৃত নহয়।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70