خَٰلِدِينَ فِيهَا لَا يَبْغُونَ عَنْهَا حِوَلًا Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোক চিৰকাল থাকিব, তাৰ পৰা তেওঁলোক (কেতিয়াও) স্থানান্তৰিত হ’ব নিবিচাৰিব।