إِنَّ هَٰذَا ٱلْقُرْءَانَ يَهْدِى لِلَّتِى هِىَ أَقْوَمُ وَيُبَشِّرُ ٱلْمُؤْمِنِينَ ٱلَّذِينَ يَعْمَلُونَ ٱلصَّٰلِحَٰتِ أَنَّ لَهُمْ أَجْرًا كَبِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো পথ আক্বৱাম (সৰল, সুদৃঢ়), আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ।