caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Israa, আয়াত ৪৯

মক্কা · অৱতৰণৰ ক্ৰম ৫০ · 17:49

وَقَالُوٓا۟ أَءِذَا كُنَّا عِظَٰمًا وَرُفَٰتًا أَءِنَّا لَمَبْعُوثُونَ خَلْقًا جَدِيدًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70