caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Israa, আয়াত ২৪

মক্কা · অৱতৰণৰ ক্ৰম ৫০ · 17:24

وَٱخْفِضْ لَهُمَا جَنَاحَ ٱلذُّلِّ مِنَ ٱلرَّحْمَةِ وَقُل رَّبِّ ٱرْحَمْهُمَا كَمَا رَبَّيَانِى صَغِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু (এই বুলি দুআ কৰি) কোৱা, ‘হে মোৰ প্ৰতিপালক! তেওঁলোকৰ প্ৰতি দয়া কৰা, যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70