caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hijr, আয়াত ৬৬

মক্কা · অৱতৰণৰ ক্ৰম ৫৪ · 15:66

وَقَضَيْنَآ إِلَيْهِ ذَٰلِكَ ٱلْأَمْرَ أَنَّ دَابِرَ هَٰٓؤُلَآءِ مَقْطُوعٌ مُّصْبِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিছিলোঁ যে, নিশ্চয় সিহঁতক ঊষাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ’ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70