caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hijr, আয়াত ৫

মক্কা · অৱতৰণৰ ক্ৰম ৫৪ · 15:5

مَّا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোনো জাতিয়েই তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইয়ো নিব নোৱাৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70