caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yusuf, আয়াত ২২

মক্কা · অৱতৰণৰ ক্ৰম ৫৩ · 12:22

وَلَمَّا بَلَغَ أَشُدَّهُۥٓ ءَاتَيْنَٰهُ حُكْمًا وَعِلْمًا وَكَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ। এইদৰেই আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70