caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Hud, আয়াত ২৪

মক্কা · অৱতৰণৰ ক্ৰম ৫২ · 11:24

مَثَلُ ٱلْفَرِيقَيْنِ كَٱلْأَعْمَىٰ وَٱلْأَصَمِّ وَٱلْبَصِيرِ وَٱلسَّمِيعِ هَلْ يَسْتَوِيَانِ مَثَلًا أَفَلَا تَذَكَّرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanদুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70