caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yunus, আয়াত ৭৯

মক্কা · অৱতৰণৰ ক্ৰম ৫১ · 10:79

وَقَالَ فِرْعَوْنُ ٱئْتُونِى بِكُلِّ سَٰحِرٍ عَلِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ফিৰআউনে (নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি) ক’লে, ‘মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70