caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Infitaar, আয়াত ১৯

মক্কা · অৱতৰণৰ ক্ৰম ৮২ · 82:19

يَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَيْـًٔا وَٱلْأَمْرُ يَوْمَئِذٍ لِّلَّهِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70