caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anfaal, আয়াত ৫৫

মদিনা · অৱতৰণৰ ক্ৰম ৮৮ · 8:55

إِنَّ شَرَّ ٱلدَّوَآبِّ عِندَ ٱللَّهِ ٱلَّذِينَ كَفَرُوا۟ فَهُمْ لَا يُؤْمِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকল, যিসকলে কুফুৰী কৰিছে। সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70