caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Jinn, আয়াত ২৪

মক্কা · অৱতৰণৰ ক্ৰম ৪০ · 72:24

حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًا وَأَقَلُّ عَدَدًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70