caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-A'raaf, আয়াত ৫

মক্কা · অৱতৰণৰ ক্ৰম ৩৯ · 7:5

فَمَا كَانَ دَعْوَىٰهُمْ إِذْ جَآءَهُم بَأْسُنَآ إِلَّآ أَن قَالُوٓا۟ إِنَّا كُنَّا ظَٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলোঁ’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70