caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-A'raaf, আয়াত ২০৫

মক্কা · অৱতৰণৰ ক্ৰম ৩৯ · 7:205

وَٱذْكُر رَّبَّكَ فِى نَفْسِكَ تَضَرُّعًا وَخِيفَةً وَدُونَ ٱلْجَهْرِ مِنَ ٱلْقَوْلِ بِٱلْغُدُوِّ وَٱلْـَٔاصَالِ وَلَا تَكُن مِّنَ ٱلْغَٰفِلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি মনে মনে সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে স্মৰণ কৰা। লগতে তুমি উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70