caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mulk, আয়াত ২০

মক্কা · অৱতৰণৰ ক্ৰম ৭৭ · 67:20

أَمَّنْ هَٰذَا ٱلَّذِى هُوَ جُندٌ لَّكُمْ يَنصُرُكُم مِّن دُونِ ٱلرَّحْمَٰنِ إِنِ ٱلْكَٰفِرُونَ إِلَّا فِى غُرُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সেনাবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70