caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mulk, আয়াত ২

মক্কা · অৱতৰণৰ ক্ৰম ৭৭ · 67:2

ٱلَّذِى خَلَقَ ٱلْمَوْتَ وَٱلْحَيَوٰةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا وَهُوَ ٱلْعَزِيزُ ٱلْغَفُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমলকাৰী? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70