caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Taghaabun, আয়াত ৮

মদিনা · অৱতৰণৰ ক্ৰম ১০৮ · 64:8

فَـَٔامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱلنُّورِ ٱلَّذِىٓ أَنزَلْنَا وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি, লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি ঈমান পোষণ কৰা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70