caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Saff, আয়াত ১

মদিনা · অৱতৰণৰ ক্ৰম ১০৯ · 61:1

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ سَبَّحَ لِلَّهِ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70