caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hashr, আয়াত ১৫

মদিনা · অৱতৰণৰ ক্ৰম ১০১ · 59:15

كَمَثَلِ ٱلَّذِينَ مِن قَبْلِهِمْ قَرِيبًا ذَاقُوا۟ وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70