caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hujuraat, আয়াত ১৬

মদিনা · অৱতৰণৰ ক্ৰম ১০৬ · 49:16

قُلْ أَتُعَلِّمُونَ ٱللَّهَ بِدِينِكُمْ وَٱللَّهُ يَعْلَمُ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70