caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shura, আয়াত ৪৬

মক্কা · অৱতৰণৰ ক্ৰম ৬২ · 42:46

وَمَا كَانَ لَهُم مِّنْ أَوْلِيَآءَ يَنصُرُونَهُم مِّن دُونِ ٱللَّهِ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِن سَبِيلٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70