caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zumar, আয়াত ৭২

মক্কা · অৱতৰণৰ ক্ৰম ৫৯ · 39:72

قِيلَ ٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَا فَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা। এতেকে অহংকাৰীবিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70