caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saba, আয়াত ২৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৮ · 34:28

وَمَآ أَرْسَلْنَٰكَ إِلَّا كَآفَّةً لِّلنَّاسِ بَشِيرًا وَنَذِيرًا وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70