caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Aal-i-Imraan, আয়াত ৫৭

মদিনা · অৱতৰণৰ ক্ৰম ৮৯ · 3:57

وَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَيُوَفِّيهِمْ أُجُورَهُمْ وَٱللَّهُ لَا يُحِبُّ ٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে তেওঁ সিহঁতক সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70