caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Aal-i-Imraan, আয়াত ১৯৭

মদিনা · অৱতৰণৰ ক্ৰম ৮৯ · 3:197

مَتَٰعٌ قَلِيلٌ ثُمَّ مَأْوَىٰهُمْ جَهَنَّمُ وَبِئْسَ ٱلْمِهَادُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰ হৈছে সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70