caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Furqaan, আয়াত ৫৪

মক্কা · অৱতৰণৰ ক্ৰম ৪২ · 25:54

وَهُوَ ٱلَّذِى خَلَقَ مِنَ ٱلْمَآءِ بَشَرًا فَجَعَلَهُۥ نَسَبًا وَصِهْرًا وَكَانَ رَبُّكَ قَدِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ প্ৰতিপালক সৰ্বশক্তিমান ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70