caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anbiyaa, আয়াত ৩৫

মক্কা · অৱতৰণৰ ক্ৰম ৭৩ · 21:35

كُلُّ نَفْسٍ ذَآئِقَةُ ٱلْمَوْتِ وَنَبْلُوكُم بِٱلشَّرِّ وَٱلْخَيْرِ فِتْنَةً وَإِلَيْنَا تُرْجَعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকোঁ, আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70