caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anbiyaa, আয়াত ১৩

মক্কা · অৱতৰণৰ ক্ৰম ৭৩ · 21:13

لَا تَرْكُضُوا۟ وَٱرْجِعُوٓا۟ إِلَىٰ مَآ أُتْرِفْتُمْ فِيهِ وَمَسَٰكِنِكُمْ لَعَلَّكُمْ تُسْـَٔلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ উভতি যোৱা তথা তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70