caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hijr, আয়াত ২৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৪ · 15:28

وَإِذْ قَالَ رَبُّكَ لِلْمَلَٰٓئِكَةِ إِنِّى خَٰلِقٌۢ بَشَرًا مِّن صَلْصَٰلٍ مِّنْ حَمَإٍ مَّسْنُونٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70