caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ibrahim, আয়াত ৪৮

মক্কা · অৱতৰণৰ ক্ৰম ৭২ · 14:48

يَوْمَ تُبَدَّلُ ٱلْأَرْضُ غَيْرَ ٱلْأَرْضِ وَٱلسَّمَٰوَٰتُ وَبَرَزُوا۟ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahman(স্মৰণ কৰা) যিদিনা এইখন পৃথিৱী ভিন্ন পৃথিৱীলৈ ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহে (কবৰৰ পৰা) উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70